Rupaliparda.com
ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত নাথাকে তিনি খান তথা বিগ বিঃ 1

ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত নাথাকে তিনি খান তথা বিগ বিঃ

শ্বাহৰুখ, ছলমান তথা আমিৰ আৰু বিগ বি অমিতাভৰ অনুৰাগীৰ বাবে দুঃখবৰ। এইবাৰৰ ফিল্মফেয়াৰ এৱাৰ্ডত দৰ্শকে চাবলৈ নাপাব এওঁলোকক। চলিত মাহৰ ১৫ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত উপস্থিত নাথাকে তিনি খান তথা বিগ বি। ৬৫ তম ফিল্মফেয়াৰ এৱাৰ্ডত হোষ্ট হিচাপে দৰ্শকে দেখিবলৈ পাব কৰণ জোহৰ তথা বিকি কৌশলক। ২০-৩০ কোটি টকীয়া বাজেটৰ এই এৱাৰ্ড ফাঞ্চনখন গুৱাহাটীৰ আমিনগাওঁ স্থিত ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়াম অনুষ্ঠিত হ’ব।

ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত নাথাকে তিনি খান তথা বিগ বিঃ 2
ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত নাথাকে তিনি খান তথা বিগ বিঃ 3


ইয়াৰ উপৰিও, ফিল্মফেয়াৰ এৱাৰ্ডত উপস্থিত থাকিব অক্ষয় কুমাৰ, ৰণৱীৰ সিং, বৰুণ ধৱন, কাৰ্তিক আৰিয়ন, ৰাজকুমাৰ ৰাওঁ, সিদ্ধান্ত চতূৰ্ৱেদী, আলি ফেজেল, মনীষ পল, সুৰজ পাঞ্চলী, আয়ূসমান খুৰানা লগতে ইয়াত উপস্থিত থাকিন ছানী লিয়নী।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.