আজি ভেলেন্টাইন ডে; এই প্ৰেমৰ দিনটোক লৈ কিমানৰ যে কিমান পৰিকল্পনা! হাতত এপাঁহ গোলাপ আৰু ৰঙাকৈ নিৰ্মিত হৃদয় আকৃতিৰ গাৰু কঢ়িয়াই ফুৰা যুৱক-যুৱতীৰ দৃশ্যৰ কথাই সুকীয়া। প্ৰেম-প্ৰেম লগা এক নিষ্পাপ অনুভূতিয়ে আজি আলোড়নৰ সৃষ্টি কৰিছে প্ৰত্যেকৰে মন গহ্বৰত। কোনোবাই কাৰোবাক হয়টো আজি প্ৰেমৰ প্ৰস্তাৱ দিছে নহ’লে আকৌ কোনোবাই আপোনজনৰ মাজত হোৱা সকলো কাজিয়াৰ সামৰণি মাৰিছে। মুঠতে, আজি ভালপোৱাৰ দিন।

সাধাৰণ জনৰ লগতে আজি চিলেব্ৰেটী সমূহেও উদযাপন কৰিছে “ভেলেন্টাইন ডে”। চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰি শুভকামনা জনাইছে এই প্ৰেমৰ দিনটোৰ। চাওঁক এই পোষ্ট সমূহঃ
Add comment