Rupaliparda.com
সাৰা-কাৰ্তিকৰ ফ্লপ "লভ আজ কল"- 1

সাৰা-কাৰ্তিকৰ ফ্লপ “লভ আজ কল”-

ভেলেন্টাইন ডে দিনাই মুক্তি লাভ কৰিলে সাৰা আলি খান তথা কাৰ্তিক আৰিয়নৰ বহু প্ৰত্যাশিত ছবি “লভ আজ কল ২”। দীপিকা- ছেইফৰ প্ৰথমখন “লভ আজ কল” ৰ ৰিমেক হৈছে এই ছবিখন। ইমতিয়াজ আলিৰ দ্বাৰা পৰিচালিত এই ছবিখনে মুক্তি লাভ কৰা পিছৰে পৰা চচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মন্তব্য লাভ কৰা দেখিবলৈ পোৱা গৈছে।

সাৰা-কাৰ্তিকৰ ফ্লপ "লভ আজ কল"- 2

কিছু ছবি সমালোচকে ছবিখনক ৫ শতাংশৰ ভিতৰত কেৱল মাত্ৰ ১.৫ শতাংশ দিছে। ইয়াৰ উপৰিও, সাৰা-কাৰ্তিকৰ এই ছবিখনৰ ৰিভিউ হিচাপে বহু দৰ্শকে “মিম” বনাই শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে।তলত চাওঁক এই “মিম” বোৰঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform