“ফিল্মফেয়াৰ এৱাৰ্ড ২০২০” বৰ্ষৰ মুঠ ১৩ টা এৱাৰ্ডৰ খিতাপ “গঁলী বয়”-এ নিজৰ নামত কৰে। এই কেটেগৰী সমূহৰ প্ৰায় এৱাৰ্ড নিজৰ নামত কৰিব নোৱাৰিলে একাংশ অভিনেতা-অভিনেত্ৰীয়ে। সমগ্ৰ “বেষ্ট কেটেগৰী” ৰ এৱাৰ্ড “গঁলী বয়”-এ নিজৰ নামত কৰাক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে একাংশ দৰ্শকে। টুইটাৰত কমেন্ট কৰি “ফিল্মফেয়াৰ” ক “বয়কোট” কৰাৰ আৱেদন জনায় দৰ্শক সকলে।

একাংশ দৰ্শকে “মিছন মংগল”, “কেশৰী”, “চুপাৰ ৩০” আৰু “ছিছোৰে” ৰ দৰে ছবিসমূহৰ এখনকৈ ক’লাজ নিৰ্মাণ কৰি এই ছবি সমূহক ফিল্মফেয়াৰে সম্পূৰ্ণৰূপে অৱমাননা কৰা বুলি টুইট যোগে প্ৰকাশ কৰে।
Add comment