Rupaliparda.com
জনপ্ৰিয় প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ বিয়োগঃ 1

জনপ্ৰিয় প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ বিয়োগঃ

অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় প্ৰযোজক প্ৰাঞ্জল ভৰালীয়ে যোৱা কালি ইহলীলা সম্বৰণ কৰে। গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পাতালত মৃত্যু হয় এই প্ৰযোজক গৰাকীৰ। বহুদিন ধৰি দূৰাৰোগ্যত আক্ৰান্ত হৈ আছিল প্ৰযোজক গৰাকী।

জনপ্ৰিয় প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ বিয়োগঃ 2
জনপ্ৰিয় প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ বিয়োগঃ 3


“মা তুমি অনন্যা”, “চুৰেণ চোৰৰ পুতেক”, জোনদা ইমান গুণ্ডা” ইত্যাদি জনপ্ৰিয় ছবিৰ এই গৰাকী প্ৰযোজক মহানগৰীৰ এজন প্ৰতিষ্ঠিত ৰিয়েল এষ্টেড ডেভেলপাৰ তথা বিল্ডাৰ আছিল। তেওঁৰ মৃত্যুত অসমৰ সাংস্কৃতিক সমাজেও গভীৰ শোক ব্যক্ত কৰিছে

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.