Rupaliparda.com
আচুৰ্য্য বৰপাত্ৰ "মিনি তৌৰ পিছ পিছে" - 1

আচুৰ্য্য বৰপাত্ৰ “মিনি তৌৰ পিছ পিছে” –

নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ উঠা এটা নাম হ’ল আচুৰ্য্য বৰপাত্ৰৰ। ক’বলৈ গ’লে তেওঁৰ কন্ঠৰ প্ৰত্যেকটা গীতেই হৈছে চুপাৰ- ডুপাৰ হিট। মুক্তি পোৱাৰ ক্ষন্তেক পিছতে দৰ্শকৰ হিট লিষ্টত অন্তৰ্ভূক্ত হৈ পৰে গীত কেইটি। তেওঁৰ কন্ঠৰ “তৰালি”, “মলয়া বাইদেউ”, “তোমাৰ হাঁহিতে মৰম” কে ধৰি নানানটা গীতত ভিউৱাৰছৰ সংখ্যাও সৰ্বাধিক। ২৪ ঘন্টা হ’বলৈ নৌপাওঁতেই হাজাৰ হাজাৰ শ্ৰোতাই আহি ভিৰ কৰে তেওঁৰ গীতত। ৰোমান্টিক, বিহুসুৰীয়া তথা ভক্তিমূলক গীতৰ পিছত এইবাৰ আচুৰ্য্যৰ কন্ঠৰে শুনিবলৈ পাব এটি বাগানীয়া গীত “মিনি তৌৰ পিছে পিছে”।

আচুৰ্য্য বৰপাত্ৰ "মিনি তৌৰ পিছ পিছে" - 2


আছলতে, বিগত বৰ্ষতে উক্ত গীতটিৰ মুক্তি লাভ কৰিছিল লিৰিকেল ভিডিঅ’। আজি গীতটিৰ ভিডিঅ’য়ে মুক্তি লাভ কৰিব। উল্লেখ্য যে, “মিনি তৌৰ পিছে পিছে” শীৰ্ষক গীতটি লিখিছে সুৰেন্দ্ৰ লোহাৰে লগতে গীতটিত সংগীত দিছে আচুৰ্য্যই। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.