Rupaliparda.com
"টিক-টক" ৰ জ্বৰত আক্ৰান্ত চিলেব্ৰিটীঃ কমেডি কৰি আকৰ্ষণৰ চেষ্টা অনুৰাগীক 1

“টিক-টক” ৰ জ্বৰত আক্ৰান্ত চিলেব্ৰিটীঃ কমেডি কৰি আকৰ্ষণৰ চেষ্টা অনুৰাগীক

চচিয়েল মিডিয়াৰ ভিতৰত এক উল্লেখনীয় এপ হৈছে “টিক-টিক”। বৰ্তমান “টিক-টক” ৰ জ্বৰত আক্ৰান্ত হৈ থকা দেখিবলৈ পোৱা যায় সকলোকে। আছলতে, এই এপটো ব্যৱহাৰৰ দ্বাৰা জনপ্ৰিয়ও হৈ পৰিছে বহু লোক। সাধাৰণ জনৰ পৰা আদি কৰি চিলেব্ৰেটীকো দেখিবলৈ পোৱা যায় এই “টিক-টক” ত। কোনো এজন কন্ঠশিল্পীৰ গীত মুক্তিৰ পূৰ্বেই তেওঁৰ মুক্তি পাবলগীয়া গীতটি ট্ৰেণ্ডিং হ’বলৈ লয় উক্ত এপটোত। নীল আকাশ, সুবাসনাকে ধৰি দীপলিনাৰ নিজৰ গীত তথা কিছুমান কমেডি কৰি প্ৰস্তুত কৰা “টিক-টক” ভিডিঅ’ ভাইৰেলো হৈ পৰে চচিয়েল মিডিয়াত।

"টিক-টক" ৰ জ্বৰত আক্ৰান্ত চিলেব্ৰিটীঃ কমেডি কৰি আকৰ্ষণৰ চেষ্টা অনুৰাগীক 2


নিজ নিজ ইষ্টাগ্ৰাম একাউন্টত চিলেব্ৰেটী সমূহে আপলোড কৰা এই ভিডিঅ’বোৰত তেওঁলোকৰ অনুৰাগীৰ কমেন্টো মন কৰিবলগীয়া। চাওঁক এই ভিডিঅ’বোৰঃ

https://www.instagram.com/p/B9CETcchjQ4/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B8rSpiqpI1j/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B89R5v1BwqF/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B8MLN_1npy3/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B70UZNnjMSi/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform