Rupaliparda.com
দেওঁবৰীয়া বিশেষত ৰূপালীপৰ্দাত "লখিমী" - 1

দেওঁবৰীয়া বিশেষত ৰূপালীপৰ্দাত “লখিমী” –

“ৰক্তবীজ”, “বহ্নিমান” ৰ পিছত আহিবলগীয়া বিশ্বজিৎ বৰাৰ ছবি “লখিমী” ক লৈ ধনাত্মক সমালোচনা দেখিবলৈ পোৱা গৈছে দৰ্শকৰ মাজত। মুম্বাইত দুটি গীতৰ মুক্তিৰ পিছতেই চলিত মাহৰ ১৩ তাৰিখে মুক্তি লাভ কৰিব ছবিখনৰ ট্ৰেইলাৰ। ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্মিত এই ছবিখনত দৰ্শকে পুৰণি মুখৰ লগতে দেখিবলৈ পাব কেইবাখনো নতুন মুখ।

দেওঁবৰীয়া বিশেষত ৰূপালীপৰ্দাত "লখিমী" - 2


ব’হাগ বিহুৰ পিছত অৰ্থাৎ ২৪ এপ্ৰিল তাৰিখে ছবিগৃহত মুক্তিপাবলগীয়া “লখিমী” ৰ বিষয়ে বিগত দিনত ৰূপালী পৰ্দাত ছবিখনৰ কলা-কুশলীয়ে নিজ মত ব্যক্ত কৰিছিল। এইবাৰ আপোনালোকে ছবিখনৰ সৈতে অন্তৰ্ভূক্ত আন কেইগৰাকীমান শিল্পী তথা পৰিচালক বিশ্বজিৎ বৰাৰ মুখেৰেও শুনিবলৈ পাব কিছু কথা। লগতে, “লখিমী” ৰ বিষয়ে এক্সক্লুছিভ খবৰ পাবলৈ আপোনালোকে লাইক কৰক আমাৰ এই ৰূপালীপৰ্দা পেজটিঃ


ইয়াৰ উপৰিও, ছবিখনৰ এটি গীত “অগ্নিশিখা” ৰ ইতিমধ্যে ভিডিঅ’ ইউটিউব যোগে মুক্তি লাভ কৰিছে। উপভোগ কৰক এই গীতটি-

Add comment

Leave a Reply