Rupaliparda.com
“অনুৰাধা” ৰ কথাৰেঃ 1

“অনুৰাধা” ৰ কথাৰেঃ

নাৰীকেন্দ্ৰিক ছবি সমূহৰ মাজত এখন উল্লেখযোগ্য ছবি হৈছে “অনুৰাধা”। ২০১৫ চনৰ ২৭ মাৰ্চত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালক আছিল ৰাকেশ শৰ্মা লগতে ইয়াৰ প্ৰযোজক হৈছে লুইত কুমাৰ বৰ্মন। এম এল এন্টাৰটেইনমেন্ট আৰু চিনে ড্ৰীমৰ আনলিমিটেডৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে মেঘৰঞ্জনী আৰু দিগন্ত হাজৰিকাই।

“অনুৰাধা” ৰ কথাৰেঃ 2


জুবিন গাৰ্গ, অংগৰাগ মহন্ত, ৰূপম ভূঞা, প্ৰাৰ্থনা গগৈ, অনিত বি ডেকা আৰু সৌৰভ মহন্তই কন্ঠদান কৰিছে ছবিখনত সংযোজিত গীতসমূহত। এগৰাকী নাৰীৰ মনৰ বিভিন্ন অনুভূতিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল “অনুৰাধা”।

“অনুৰাধা” ৰ কথাৰেঃ 3


ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে জয় কাশ্যপ, প্ৰণামি বৰা, সুৰুয কলিতা, তানিয়া নন্দী, নয়ন শইকীয়া, প্ৰশান্ত গোস্বামী আৰু মালবিকা ঠাকুৰীয়াই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.