Rupaliparda.com
Bharat

নিজ বিবাহৰ বাবেই প্ৰিয়ংকাই এৰিলে “ভাৰত”:

অহা ৫ জুন তাৰিখে মুক্তি পাবলগীয়া ছলমানৰ খানৰ “ভাৰত” এৰি প্ৰিয়ংকা বহিছিল বিবাহ মণ্ডপত। প্ৰথমতে “ভাৰত” ৰ অফাৰ তেওঁলৈ আহিছিল যদিও একমাত্ৰ নিক জনাছ ৰ সৈতে বিয়া হ’বলৈ এৰি দিছিল প্ৰিয়ংকাই তেওঁৰ জীৱনৰ ডাঙৰ কনট্ৰেক্ট। এতিয়া তাকেই লয় সৃষ্টি হৈছে ছলমান খান আৰু প্ৰিয়ংকা ছোপ্ৰাৰ মাজত মনোমালিন্য। ছলমানৰ মতে প্ৰিয়ংকা ছোপ্ৰাই বিয়াত বহাটো কোনো ডাঙৰ কথা নহয় কিন্তু “ভাৰত” এৰাৰ ফলত তেওঁৰ সৈতে মই আকৌ চিনেমা নকৰিম বুলি জানিও যেতিয়া তেওঁ “নিক” ৰ বাবে চিনেমাখন এৰিলে সেইটোহে এটা হাঁহি উঠা কথা। ছলমান খানৰ আগন্তক চিনেমাখনত প্ৰিয়ংকা ছোপ্ৰাৰ সলনি অভিনয় কৰে কেটৰিণা কেইফে। ইয়াৰ লগতে চিনেমাখনত আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে তাবু, জেকী শ্ৰ’ভ, দিশা পাটনানী, সুনিল গ্ৰোভাৰে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.