Rupaliparda.com
Dora and the Lost City of Gold

ড’ৰা এণ্ড দা লাষ্ট চিটি অৱ’ গল্ডঃ

ড’ৰা ছিৰিজৰ নৱতম সংস্কৰণ “ড’ৰা এণ্ড দা লাষ্ট চিটি অৱ গ’ল্ড” আহি আছে অহা ৩১ জুলাইত। জেমচ ৰ’বিনৰ দ্বাৰা পৰিচালিত বোলছবিখনত মূখ্য ড’ৰাৰ চৰিত্ৰত অভিনয় কৰিছে ইজাবেল ম’নাৰে। হাইস্কুলত পঢ়া ড’ৰাই অৰণ্যৰ মাজত নিজ পৰিয়াল আৰু বন্ধুসকলক লৈ নিজৰ কৌশল প্ৰদৰ্শন কৰিব। বিশ্ববিখ্যাত ড’ৰাৰ এই ৰোমাঞ্চকৰ কাহিনী ভাগ মূলত টম হুইলীৰৰ “ড’ৰা ডা এক্সপ্ল’ৰ” ৰ পৰা লোবা হৈছে। বোলছবিখনত অন্য চৰিত্ৰত অভিনয়ত আছে এইউজেনিঅ’ ডাৰবেজ, মাইকেল পেনা, ইভা লংগৰিয়া, ডেনী তেজ্জা আদিয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.