Rupaliparda.com
কুশল কোঁৱৰৰ ঐতিহাসিক কাহিনীৰে “কুশল”- 1

কুশল কোঁৱৰৰ ঐতিহাসিক কাহিনীৰে “কুশল”-

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচিত্ৰৰ “ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা” প্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “কুশল(Price Of Freedom)”। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখন নিৰ্মাণত সময় লাগিছিল প্ৰায় ৬ বছৰ। অসমীয়া তথা হিন্দী সংস্কৰণত নিৰ্মিত এই ছবিখনত কুশল কোঁৱৰক দিয়া ফাঁচীৰ ঐতিসাহিক ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল।

কুশল কোঁৱৰৰ ঐতিহাসিক কাহিনীৰে "কুশল"- 2


১৯৪২ চনত বৃটিছৰ শাসনকালত সৰুপথাৰ কংগ্ৰেছ দলে বৃটিছৰ সৈন্য আৰু সা-সামগ্ৰী কঢ়িয়াই নিয়া এখন ৰে’লগাড়ী পথচ্যুত কৰি দূৰ্ঘটনা পতিত কৰাৰ মানসেৰে আগবাঢ়ে আৰু দূৰ্ঘটনা সংঘটিত হয়। উক্ত গোটটোৰ সভাপতি হোৱাৰ ফলত কুশল কোঁৱৰে এই সম্পূৰ্ণ ঘটনাৰ দায়িত্বভাৰ নিজে মূৰ পাতি লয় আৰু তেওঁক বৃটিছ বিষয়া চি.এ হাম্ফ্ৰীয়ে ফাঁচী দিয়ে।

কুশল কোঁৱৰৰ ঐতিহাসিক কাহিনীৰে "কুশল"- 3


ছবিখনত অভিনয় কৰিছে সঞ্জীৱ সভাপণ্ডিত,গেৰী ৰিচাৰ্ডচন, বীণা পটংগীয়া,দীনেশ দাস,পৃথ্বীৰাজ ৰাভা,অনুপ হাজৰিকা, ভিক্টৰ ডেভিদ চেচুন , চাকিৰ হাজৰিকা, প’ল কাৰ্লিন আৰু ফিলিপ্স বসুয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.