Rupaliparda.com
ফুটবলৰ "পেনাল্টি" 1

ফুটবলৰ “পেনাল্টি”

ফুটবলৰ "পেনাল্টি" 2

উত্তৰ-পূৰ্বাঞ্চলৰ এজন ফুটবল খেলুুৱৈৰ কাহিনীৰে আহি আছে “পেনাল্টি”। শুভম সিং ৰ দ্বাৰা পৰিচালিত এই ছবিখন এটি বাৰ বছৰীয়া কিশোৰৰ সংগ্ৰাম কাহিনীৰ ওপৰত নিৰ্মিত। দৃঢ় মনোবল আৰু ইচ্ছাশক্তি থাকিলে কেনেদৰে কোনো ব্যক্তি সফল হ’ব পাৰে তাকেই দেখুওৱা হ’ব ছবিখনত। অহা ২৬ জুলাইত ছবিগৃহত মুক্তিপাবলগীয়া ছবিখনত এজন যুৱকে কেনেদৰে সমগ্ৰ বাধা নেওঁচি নিজক ফুটবলাৰৰূপে গঢ়ি তুলিব তাকে প্ৰদৰ্শিত ক’ৰা হ’ব।

ফুটবলৰ "পেনাল্টি" 3


“পেনাল্টি” ত অভিনয় কৰিছে কে কে মেনন,মনজ্যোৎ সিং, শশাংক অৰোৰা, লুক্ৰাম স্মিল, সৃষ্টি জৈন, বিজৌথা এংজম,মোহিত নেইনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.