Rupaliparda.com

“মিছন মংগল” ৰ ট্ৰেইলাৰ মুক্তিঃ

"মিছন মংগল" ৰ ট্ৰেইলাৰ মুক্তিঃ 1
"মিছন মংগল" ৰ ট্ৰেইলাৰ মুক্তিঃ 2

“মিছন মংগল” ৰ ট্ৰেইলাৰ মুক্তিৰ লগে লগে আৰম্ভ হৈছে দৰ্শকৰ মাজত উৎস্যুকতাৰ। ১৫ আগষ্ট দিনা মুক্তি পাবলগীয়া উক্ত ছবিখনত ভাৰতে মংগল গ্ৰহলৈ যোৱা যাত্ৰাৰ কাহিনী অন্তৰ্ভূক্ত হৈ আছে। বিদ্যা বালনকে ধৰি সোণাক্ষী সিনহা, তাপসি পান্নু,নিত্যা মেনন, শৰমন যোশী, কীৰ্তি কুলহাৰী আৰু এচ.জী.দত্তাশ্ৰেয়ক ছবিখনত মূখ্য চৰিত্ৰত দেখা পোৱা যাব। উল্লেখ্য যে, ছবিখনত নাৰীৰ ভূমিকা সৱলৰূপত দেখা পোৱা যাব বুলি “মিছন মংগল” ৰ পষ্টাৰ অথবা ট্ৰেইলাৰৰ পৰাই ধৰিব পৰা যায়। হ’ম চাইন্সৰ কিছু ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুৰ সৈতেও খেলা হ’ব “মিছন মংগল” ত।

Add comment

Leave a Reply

Most popular