Rupaliparda.com
"ৰাতি-ৰাতি" য়ে লাভ কৰিলে মুক্তিঃ 1

“ৰাতি-ৰাতি” য়ে লাভ কৰিলে মুক্তিঃ

প্ৰায় ৫০ খন ছবিত নিজ অভিনয়ৰে দৰ্শকৰ হৃদয় জিনা অভিনতা লগতে ৰাজ্যিক চলচিত্ৰ নিগমৰ বিত্ত তথা বিকাশৰ অধ্যক্ষ যতীন বৰাই নিজ কাহিনী তথা পৰিচালনাৰে নিৰ্মাণ কৰিছে অসমীয়া ছবি “ৰত্নাকৰ”। উক্ত ছবিখনত সংলাপ দিছে অভিজিৎ ভট্টাচাৰ্য্যই।

"ৰাতি-ৰাতি" য়ে লাভ কৰিলে মুক্তিঃ 2
"ৰাতি-ৰাতি" য়ে লাভ কৰিলে মুক্তিঃ 3


এজন পুৰুষৰ জীৱনৰ তিনিটা ষ্টৰৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই ছবিখনৰ প্ৰথমটো গীত “ৰাতি-ৰাতি” য়ে ইতিমধ্যে মুক্তি লাভ কৰিছে। জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাই কণ্ঠদান কৰা উক্ত গীতটি লাডাখত দৃশ্যগ্ৰহণ কৰা প্ৰথমটো অসমীয়া গীত। উল্লেখ্য যে, গীতটিয়ে মুক্তি লাভ কৰাৰ পিছতেই দৰ্শকৰ পৰা বুটলিছে সমাদৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.