Rupaliparda.com
কলেজীয়া ৰোমাঞ্চকৰ কাহিনীৰ সৈতে "ছিছোৰে"- 1

কলেজীয়া ৰোমাঞ্চকৰ কাহিনীৰ সৈতে “ছিছোৰে”-

কলেজীয়া জীৱনক কেন্দ্ৰ কৰি নিৰ্মিত ছবি “ছিছোৰে” আহি আছে ছবিগৃহলৈ। নীতেশ তিৱাৰীৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত কলেজীয়া জীৱনত গঢ় লৈ উঠা বন্ধুত্ব আৰু কলেজৰ সেই পঢ়ি থকা দিনকেইটাৰ কিছু ৰোমাঞ্চকৰ কাহিনী লৈ নিৰ্মাণ হৈছে “ছিছোৰে” ৰ। অহা ৩০ আগষ্ট তাৰিখে মুক্তি পাবলগীয়া ছবিখনত সুশান্ত সিং ৰাজপুত আৰু শ্ৰদ্ধা কাপুৰৰ সৈতে দেখা গৈছে বৰুণ শৰ্মা আৰু তাহিৰ ৰাজক।

কলেজীয়া ৰোমাঞ্চকৰ কাহিনীৰ সৈতে "ছিছোৰে"- 2
কলেজীয়া ৰোমাঞ্চকৰ কাহিনীৰ সৈতে "ছিছোৰে"- 3


উল্লেখ্য যে, কলেজৰ জীৱনটোক ভিত্তি হিচাপে গঢ় লৈ উঠা ছবি ” থ্ৰী ইডিয়ট” লগতে “ষ্টডেণ্ট অৱ ডা ইয়েৰ” ৰ সৈতে “ছিছোৰে” ৰ কিছু সামঞ্জস্য থকা যেন অনুভৱ হয়। “বন্ধুত্ব দিৱস” ৰ দিনা ট্ৰেইলাৰ মুক্তিৰ পিছতেই দৰ্শকৰ মুখত চৰ্চা লাভ কৰিছে ছবিখনে। আহক চোন আমিও উপভোগ কৰো ছবিখনৰ ট্ৰেইলাৰঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.