Rupaliparda.com
জন্মদিন বিশেষত "কিশোৰ কুমাৰ" - 1

জন্মদিন বিশেষত “কিশোৰ কুমাৰ” –

১৯২৯ চনত আজিৰ দিনটোতেই বলীউডত জন্ম হৈছিল এটা হীৰাৰ। যাৰ চমকতা কেইবাদিনলৈ ম্লান নোহোৱাকৈ বৰ্তি আছিল ক্ষেত্ৰখনত। তেওঁ কেৱলমাত্ৰ এগৰাকী সংগীতকাৰেই নহয়; তেওঁ আছিল এজন অভিনেতা, লেখক আৰু লগতে এগৰাকী নিৰ্মাতা। ধৰিব পাৰিছে নে ৰাইজ, এইগৰাকী বিখ্যাত শিল্পী কোন? হয়, ঠিকেই ধৰিছে। এওঁৰ নাম কিশোৰ কুমাৰ।

জন্মদিন বিশেষত "কিশোৰ কুমাৰ" - 2


কোৱা বাহুল্য যে, তেওঁ গোৱা গানৰ বাবে সেইটো সময়ত কেইবাগৰাকীও অভিনেতাই জনপ্ৰিয় হোৱাৰ সুবিধা পাইছিল। তেওঁ জীয়াই থকা সময়ছোৱাত প্ৰায় ১৫০০ টা গীতত কণ্ঠদান কৰে। উল্লেখ্য যে, এইগৰাকী শিল্পীয়ে কোনো চিনেমাৰ গীতত কণ্ঠদান কৰাৰ আগেয়ে নিজ নামত টকাৰ চেক বিচাৰিছিল। চেক আহি পোৱা পিছতহে তেওঁ কোনো সংগীতত হাত দিছিল।

জন্মদিন বিশেষত "কিশোৰ কুমাৰ" - 3


কিশোৰ কুমাৰৰ কথা শুনাৰ লগে লগে ছাগে আপোনালোকৰ মনটো দোলা দিছে তেওঁৰ কিছু গীতে। কিশোৰ কুমাৰৰ জন্মদিনত আমি আপোনালোকলৈ লৈ আনিছো তেওঁৰ কেইটিমান গীত-

জন্মদিন বিশেষত "কিশোৰ কুমাৰ" - 4

১. মেৰে চামনে ৱালি খিৰকী মে’

২. ঝুম ঝুম ঝুমৰ’

৩. মেৰে মেহবুব কায়ামত হগী

৪. অ’ মেৰে দিলকে চেন

৫. ৰিমঝিম গিৰে চাৱান

৬. তেৰে মেৰে মিলান কি য়ে ৰেনা

৭. তুম আগেয়ে হ’। নূৰ আ গায়া হে’

৮. কুচ ত’ লগ কাহেংগে

৯. হমে’ তুমসে প্যাৰ কিতনা

১০. এক লড়কী ভিগি ভাগি চি

……. এয়া আছিল ৰূপালী পৰ্দাৰ টপ ১০। আপোনালোকে জনাওঁক কিশোৰ কুমাৰৰ গীতৰ আপোনাৰ প্ৰিয় গীতকেইটি।
এইগৰাকী মহান ব্যক্তিত্বই ১৯৮৭ ত ইহলীলা সম্বৰণ কৰে।

Add comment

Leave a Reply