Rupaliparda.com

দক্ষিণ চলচিত্ৰ ক্ষেত্ৰৰ শ্ৰেষ্ঠ বঁটা প্ৰদানঃ

চলিত মাহৰ ১৫-১৬ তাৰিখে দক্ষিণ চলচিত্ৰ জগতৰ সৰ্বশ্ৰেষ্ঠ বঁটা অনুষ্ঠান “ছিমা এৱাৰ্ড” অনুষ্ঠিত কৰা হয়। দহাস্থিত লুচেইল ইনড’ৰ এৰেনাত উক্ত এৱাৰ্ড ফাঞ্চনখন অনুষ্ঠিত কৰা হয়। ফাঞ্চন খনৰ প্ৰথমটো দিনত তেলেগু আৰু কানাডা ছবিক বঁটা কৰাৰ লগতে দ্বিতীয় দিনাখন তামিল আৰু মালায়ালাম ছবিক বঁটা প্ৰদান কৰা হয়। “ছিমা এৱাৰ্ড” প্ৰাপ্ত বিজয়ী সকলৰ নামসমূহ চাওঁ চোন আহক-

দক্ষিণ চলচিত্ৰ ক্ষেত্ৰৰ শ্ৰেষ্ঠ বঁটা প্ৰদানঃ 1

তেলেগু ছবি-

বেষ্ট ডেবিউ তেলেগু এক্টেৰ্সঃ পায়েল ৰাজপুত ( আৰ.এক্স ১০০)

বেষ্ট চাপৰ্টিং ৰ’ল (ফিমেল)ঃ অনুষূয়া ভৰদ্বাজ (ৰংগাছথালাম)

বেষ্ট এক্টৰ ক্ৰিটিক (তেলেগু)ঃ বিজয় ডেৱৰাকণ্ডা

বেষ্ট এক্টৰ ইন লিডিং ৰ’ল (তেলেগু)- ৰামচৰণ (ৰংগাছথালাম)

বেষ্ট এক্টেৰ্স ইন লিড ৰ’ল তেলেগু(ফিমেল)- কিৰ্থী সুৰেশ (মাহানতী)

বেষ্ট ডাইৰেক্টৰ (তেলেগু)- আলু অৰৱিন্দ

বেষ্ট কমেডিয়ান (তেলেগু)- সত্য (চালো)

বেষ্ট ডেবিউ ডাইৰেক্টৰঃ অজয় ভূপাঠী (আৰ.এক্স ১০০)

বেষ্ট মিউজিক ডাইৰেক্টৰঃ দেৱী শ্ৰী প্ৰসাদ (ৰংগাছথালাম)

বেষ্ট প্লে’বেক চিংগাৰ ফিমেলঃ এম এম মানসী (ৰাংগামা মাংগামা, ছবি-ৰংগাছথালাম)

বেষ্ট প্লে’বেক চিংগাৰ মেল- অনুৰাগ কুলকাৰনী ( পিল্লা ৰা, ছবি- আৰ.এক্স ১০০)

বেষ্ট লিৰিক্স ৰাইটাৰঃ চন্দ্ৰ বস (য়েন্থা চাক্কাগুনাৱে, ছবি-ৰংগাছথালাম)

বেষ্ট চিনেমেট’গ্ৰাফাৰঃ ৰাথভেলু (ৰংগাছথালাম)

কানাডা ছবিঃ

বেষ্ট ডেবিউ কানাডা এক্টেৰ্সঃ অনুপমা গওডা (আ কাৰালা ৰাত্ৰি)

বেষ্ট এক্ট ইন লিডিং ৰ’লঃ য়স (কে.জি.এফ)

বেষ্ট ডাইৰেক্টৰঃ প্ৰশান্থ নীল

বেষ্ট এক্টৰ ইন নিগেটিভ ৰ’লঃ ধনঞ্জয় (টেগাৰু)

বেষ্ট ডেবিউ ডাইৰেক্টৰঃ মহেশ কুমাৰ (আয়গ্যা)

বেষ্ট লিৰিক্স ৰাইটাৰঃ চেতন কুমাৰ ( য়েনামী য়েনামী, ছবিঃআয়গ্যা)

বেষ্ট চিনেমেট’গ্ৰাফাৰঃ ভূৱন গওডা (কে.জি.এফ)

বেষ্ট কমেডিয়ানঃ প্ৰকাশ থুমিনাণ্ড (সৰকাৰ.হাই.পা.সালে.কাশাৰগৰু)

বেষ্ট প্লে’ৱেক চিংগাৰ ফিমেলঃ অনন্যা ভাট (হ’ল্ড অন, ছবি- টেগাৰু)

বেষ্ট এক্টেৰ্স ইন চাপৰ্টিং ৰ’লঃ অৰ্ছনা জইচ (কে.জি.এফ)

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform