Rupaliparda.com

জিমৰ ভিতৰতে বাগৰি পৰিল দিশাঃ অনুৰাগীয়ে লৈছে খবৰ-

ফিটনেছ অথবা জিমত কৰা ষ্টন্টৰ কিছু ফটো আপলোড কৰি দৰ্শকক আকৰ্ষিত কৰা বলীউডৰ অভিনেত্ৰী গৰাকী হৈছে দিশা পাটনানী। তেওঁ জিমত উঠা প্ৰায় ফটো আৰু ভিডিঅ’ চচিয়েল ভাইৰেল মিডিয়াত হৈ পৰা দেখা যায়। কিন্তু, এইবাৰ দিশাৰ জিমৰ ভিতৰতেই ঘটিল এক অঘটন। অনুশীলন কৰি থকা সময়তে বাগৰি পৰিল অভিনেত্ৰী গৰাকী।

জিমৰ ভিতৰতে বাগৰি পৰিল দিশাঃ অনুৰাগীয়ে লৈছে খবৰ- 1
https://twitter.com/DishPatani/status/1165899710072098816
জিমৰ ভিতৰতে বাগৰি পৰিল দিশাঃ অনুৰাগীয়ে লৈছে খবৰ- 2


হয়, আপুনি ঠিকেই শুনিছে। অভিনেত্ৰী গৰাকী আহত নাই হোৱা যদিও তেওঁৰ দ্বাৰা টুইট কৰা এই ভিডিঅ’টিয়ে সাংঘাতিক চৰ্চা লাভ কৰিছে। “বেক ফ্লিপ” মাৰিবলৈ অনুশীলন কৰি থকা সময়তে তেওঁ বাগৰি পৰিছিল। এই ভিডিঅ’টোত প্ৰিয় অভিনেত্ৰী গৰাকীৰ খবৰ জানিবলৈ এতিয়া তেওঁ বহু অনুৰাগীয়ে কৰি আছে কমেন্ট।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.