Rupaliparda.com

“মিছন মংগল” ৰ সফলতাই চুইছে আকাশঃ

স্বাধীনতা দিৱসৰ মধুৰ ক্ষণত মুক্তি লাভ কৰা ছবি “মিছন মংগল” ক লৈ দৰ্শকৰ উৎস্যুকতা বৰ্তমানেও মাৰ যোৱা নাই। যোৱা ১৪ দিন ধৰি ছবিগৃহত সুফলভাৱে চলি থকা এই ছবিখনে মুক্তিৰ এদিন পিছতেই বস্ক অফিচত “কোটি” ৰ দেওঁনা পাৰ কৰিছিল।

"মিছন মংগল" ৰ সফলতাই চুইছে আকাশঃ 1
"মিছন মংগল" ৰ সফলতাই চুইছে আকাশঃ 2


উল্লেখ্য যে, ছবিখনে আৰু বেছি লাভৰ শাৰীত থিয় হ’বলৈ সক্ষম হ’ব কিয়নো মহাৰাষ্ট্ৰৰ চৰকাৰে বিচাৰিছে যে অধিকতম দৰ্শকে উক্ত ছবিখন প্ৰদৰ্শন কৰক আৰু ইয়াৰ বাবে “মিছন মংগল” ক তেওঁ টেক্স ফ্ৰি কৰিছে।

"মিছন মংগল" ৰ সফলতাই চুইছে আকাশঃ 3


মংগলয়ান প্ৰজেক্টৰ অন্তৰ্গত এই ছবিখনক লৈ একাংশ সৰু ছাত্ৰী-ছাত্ৰীয়েও উৎস্যুকতা প্ৰকাশ কৰা দেখা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform