Rupaliparda.com

কাৰ্গিল যুদ্ধৰ ভেঁটিত নিৰ্মাণ কৰা হৈছে ছবিঃ মুকলি হ’ল ফাৰ্ষ্ট লুক পোষ্টাৰ-

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ছোৱাত বায়ুসেনাৰ প্লেন উৰোৱা সাহসী মহিলা গুঞ্জন সক্সেনাৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এখন ছবি। তেওঁ হৈছে পৃথিৱীৰ প্ৰথম গৰাকী মহিলা বায়ুসেনা অফিচাৰ যি গৰাকীয়ে যুদ্ধ ক্ষেত্ৰলৈ গৈ নিজৰ স্থিতি মজবুত কৰি ৰাখিছিল। “গুঞ্জন সক্সেনা-দা কাৰ্গিল গাৰ্ল” নামেৰে ছবিখন প্ৰস্তুত কৰা হৈছে। শৰণ শৰ্মাৰ দ্বাৰা পৰিচালিত এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে জান্হৱী কাপুৰে।


ফাৰ্ষ্ট লুক পোষ্টাৰকে ধৰি ছবিখনৰ মুঠ ৩ খন পোষ্টাৰ মুকলি কৰা হৈছে। ছবিখন অহা বছৰৰ ১৩ মাৰ্ছ তাৰিখে মুক্তি দিয়া হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.