Rupaliparda.com

“চাহো” ৰ প্ৰথমটো দিনঃ হাউচফুল ছবিগৃহ-

বহু প্ৰত্যাশিত “চাহো” য়ে ৩০ আগষ্ট তাৰিখে লাভ কৰিলে মুক্তি। ছবিখন উপভোগৰ বাবে ইমানেই অধিক লোক ৰৈ আছে যে মুক্তিৰ পূৰ্বেই বহু চিনেমাঘৰ হাউচফুল হৈ পৰা পৰিলক্ষিত হৈছে। লগতে, গম পোৱা গৈছে যে ছবিখনৰ টিকটৰ বাবে হায়দৰাবাদত দৰ্শকে দীঘল লাইন ধৰি আগবাঢ়িছে আৰু টিকটৰ দামেও আকাশ চুইছেগৈ।

"চাহো" ৰ প্ৰথমটো দিনঃ হাউচফুল ছবিগৃহ- 1
"চাহো" ৰ প্ৰথমটো দিনঃ হাউচফুল ছবিগৃহ- 2
Prabhas Saaho Movie First Look ULTRA HD Posters WallPapers | Shraddha Kapoor


“চাহো” প্ৰমোচনৰ বাবে ছবিখনৰ নিৰ্মাতাকে ধৰি অভিনেতা-অভিনেত্ৰী কোনো পিছ পৰি ৰোৱা নাই। পোষ্টাৰৰ পৰা আদি কৰি ট্ৰেইলাৰ, গীতকে ধৰি ছবিখনৰ সৈতে জড়িত প্ৰত্যেকটো বস্তুয়েই ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে। হিন্দীৰ লগতে দক্ষিণৰ কেইবাটাও ভাষাত মুক্তি পাবলগীয়া ছবিখনৰ বাবে দৰ্শক যিমান আঁতুৰ হৈ পৰিছে সিমানেই উৎসাহিত হৈছে বাহুৱলী হিৰো প্ৰভাসক চাবলৈও।

"চাহো" ৰ প্ৰথমটো দিনঃ হাউচফুল ছবিগৃহ- 3
"চাহো" ৰ প্ৰথমটো দিনঃ হাউচফুল ছবিগৃহ- 4


ছবিখন মুক্তিৰ পিছতহে গম পোৱা যাব দৰ্শকে কিমাননো ভাল পালে এই ছবিখন। ৩৫০ কোটি টকীয়া বাজেটৰ এই ছবিখনে বস্ক অফিচত লাভ কৰিব কিমান!

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.