নিজৰ জন্মদিনৰ দিনাই সঞ্জয় দত্তৰ ছবি “প্ৰস্থানম” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছিল। ২০১০ চনতে দক্ষিণত মুক্তিপ্ৰাপ্ত একে নামৰ ছবিৰ হিন্দী ৰিমেক হৈছে এই ছবিখন।
!["প্ৰস্থানম" ৰ মুকলি ট্ৰেইলাৰঃ ৰাজনৈতিক থ্ৰীলাৰেৰে "প্ৰস্থানম"- 1 "প্ৰস্থানম" ৰ মুকলি ট্ৰেইলাৰঃ ৰাজনৈতিক থ্ৰীলাৰেৰে "প্ৰস্থানম"- 1](https://i2.wp.com/rupaliparda.com/wp-content/uploads/2019/08/EC46RZHUUAANhCW.jpg?fit=709%2C1024&ssl=1)
!["প্ৰস্থানম" ৰ মুকলি ট্ৰেইলাৰঃ ৰাজনৈতিক থ্ৰীলাৰেৰে "প্ৰস্থানম"- 2 "প্ৰস্থানম" ৰ মুকলি ট্ৰেইলাৰঃ ৰাজনৈতিক থ্ৰীলাৰেৰে "প্ৰস্থানম"- 2](https://i2.wp.com/rupaliparda.com/wp-content/uploads/2019/08/857222-sanjay-dutt-prasthanam.jpg?fit=770%2C433&ssl=1)
ফাৰ্ষ্ট লুক পোষ্টাৰত সঞ্জয় দত্তৰ থ্ৰীলাৰ লুক দেখা পিছতেই দৰ্শকে অপেক্ষা কৰিছে উক্ত ছবিখনৰ মুক্তিৰ বাবে। ইতিমধ্যে মুক্তি পোৱা ট্ৰেইলাৰটোৱেও দৰ্শকৰ মনত আৰু অধিক উৎস্যুকতাৰ সৃষ্টি কৰিছ।
!["প্ৰস্থানম" ৰ মুকলি ট্ৰেইলাৰঃ ৰাজনৈতিক থ্ৰীলাৰেৰে "প্ৰস্থানম"- 3 "প্ৰস্থানম" ৰ মুকলি ট্ৰেইলাৰঃ ৰাজনৈতিক থ্ৰীলাৰেৰে "প্ৰস্থানম"- 3](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2019/08/1564397135-Prasthanam_teaser_.jpg?fit=770%2C578&ssl=1)
পলিটিকেল থ্ৰীলাৰ সমৃদ্ধ এই ছবিখনত সঞ্জয় দত্তৰ উপৰিও দেখিবলৈ পোৱা যাব জেকী শ্ৰফ, মনীষা কইৰালা, আলী ফজল আৰু চংকী পাণ্ডেক।
Add comment