Rupaliparda.com

গুৰু ৰান্ধাৱাৰ জন্মদিন উদযপানঃ তেওঁৰ কেইটিমান জনপ্ৰিয় গীত-

ইউটিউবৰ লগতে বলীউড ক্ষেত্ৰখনত নিজৰ নাম উজ্বলোৱা গায়ক তথা সংগীত পৰিচালক গুৰু ৰান্ধাৱাৰ ২৭ সংখ্যক জন্মদিন উদযাপন। গুৰদাসপুৰত কিছু সৰু সৰু অনুষ্ঠানত অংশগ্ৰহণৰ দ্বাৰা নিজ কেৰিয়াৰ আৰম্ভ কৰা গুৰু হৈছে এনে এজন গায়ক; যি গৰাকীৰ গান ইউটিউবত কোটি কোটি মানুহে উপভোগ কৰে।

গুৰু ৰান্ধাৱাৰ জন্মদিন উদযপানঃ তেওঁৰ কেইটিমান জনপ্ৰিয় গীত- 1
গুৰু ৰান্ধাৱাৰ জন্মদিন উদযপানঃ তেওঁৰ কেইটিমান জনপ্ৰিয় গীত- 2


এই গায়কগৰাকীক “গুৰু” নামটো দিছিল ৰেপাৰ বোহেমিয়াই। গুৰুয়ে বলীউডত ভৰি ৰাখে “হিন্দী মিডিয়াম” ছবিখনৰ পৰা। তেওঁৰ এনে বহু সংগীত আছে যিয়ে ইউটিউবত সাংঘাতিক সমাদৰ লাভ কৰিছে। আহকচোন চাওঁ তেওঁৰ কেইটিমান জনপ্ৰিয় গীত-

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.