পুত্ৰ-কন্যাৰ কন্যাৰ সৈতে প্ৰায়ে নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰা আইমী বৰুৱাৰ ফটোৱে চচিয়েল মিডিয়াত চৰ্চা লাভ কৰি আহিছে। “বিধাতা” ধাৰাবাহিক খনৰ মূখ্য চৰিত্ৰত অভিনয় কৰা এই গৰাকী অভিনেত্ৰী “ফিট অভিনেত্ৰী”ৰ তালিকাখনত শীৰ্ষত বুলি ক’ লেও ভুল নহ’ব।


চুইমিং পুলত নিজ পুত্ৰক চুইমিং ট্ৰেইনিং দি থকা সময়ত এটা ভিডিঅ’ আপলোড কৰে আইমীয়ে। নিজৰ দৰেই নিজৰ সন্তানকো ফিট ৰখাৰ চেষ্টা কৰিছে অভিনেত্ৰী গৰাকীয়ে।
উক্ত ভিডিঅ’টোত দেখিবলৈ পোৱা আইমী বৰুৱাকো বলীউডৰ কোনো অভিনেত্ৰীতকৈ কম যেন লগা নাই। নে আপুনি কি ভাবে?







Add comment