Rupaliparda.com
আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত "সাঁচিপাত"- 1

আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত “সাঁচিপাত”-

মুক্তি পালে আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত “সাঁচিপাত” নামে এটা ভক্তিমূলক গীতৰ ভিডিঅ’। তিনিটা গীতেৰে সমৃদ্ধ এই এলবামটোত শংকৰ গুৰুক স্মৰণ কৰা গোৱা হৈছে। তলত প্ৰত্যেকটো গীতৰে লিংক আপোনালোকক দিয়া হৈছে। শুনক আৰু আপুনিও হৈ পৰক ভক্তি ৰসত বিলীনঃ

আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত "সাঁচিপাত"- 2

১. সাঁচপাত

২. জগত গুৰু

৩.শংকৰ গুৰু

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.