Rupaliparda.com
মুক্তি পাব এখন নতুন ধাৰাবাহিক "তোমাৰ মৰমে মোক"- 1

মুক্তি পাব এখন নতুন ধাৰাবাহিক “তোমাৰ মৰমে মোক”-

ৰং চেনেলত সন্নিৱিষ্ট হ’বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক “তোমাৰ মৰমে মোক”। ৰং চেনেলৰ ইউটিউবত ইতিমধ্যে ধাৰাবাহিকখনৰ প্ৰমো’ মুক্তি কৰি দিয়া হৈছে।

https://www.instagram.com/p/B1tqCOnHKdC/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B1adJqHnG_8/?utm_source=ig_web_copy_link


প্ৰমো’টো চাই ধৰিব পৰা গৈছে যে উক্ত চিৰিয়েলখনৰ কাহিনীভাগ প্ৰেম-সংঘাত আদিক লৈ ঘূৰিব। চলিত বৰ্ষৰ ১৬ চেপ্তেম্বৰ পৰা আৰম্ভ হ’বলগীয়া ধাৰাবাহিকখন প্ৰচাৰ হ’ব সোমাবাৰ পৰা শনিবাৰলৈ ৰাতি ৮.৩০ বজাত ১০.৩০ বজাত। “তোমাৰ মৰমে মোক” ধাৰাবাহিক খনৰ আৱহ সংগীতত কন্ঠদান কৰিছে জুবিন গাৰ্গে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.