Rupaliparda.com
ভৃগু কাশ্যপৰ নতুন গীতত অভিনয় কৰিব "গোপী বহু" য়ে- 1

ভৃগু কাশ্যপৰ নতুন গীতত অভিনয় কৰিব “গোপী বহু” য়ে-

ভৃগু কাশ্যপৰ আহিবলগীয়া নতুন গীতটিত থাকিব গোপী বহু। হয়, আপুনি ঠিকেই ধৰিছে। ভৃগু কাশ্যপৰ নতুন গীত “ৰামধেনু” ত অভিনয় কৰিব সকলোৰে পৰিচিত “গোপী বহু” অৰ্থাৎ দেৱলিনা ভট্টাচাৰ্য্যই।

ভৃগু কাশ্যপৰ নতুন গীতত অভিনয় কৰিব "গোপী বহু" য়ে- 2

নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰা এটি পোষ্টৰ জৰিয়তে উক্ত গীতটিৰ বিষয়ে দৰ্শকক জানিবলৈ দিয়ে গায়ক ভৃগুয়ে। গীতটিৰ পৰিচালনা কৰিছে শচীন বৰুৱাই। মিউজিক দিছে পিংকল প্ৰত্যুষে আৰু গীতটি লিখিছে জোনাক লগতে ভৃগু কাশ্যপে।

https://www.instagram.com/p/B1yCFKQhp-H/?utm_source=ig_web_copy_link


“ৰামধেনু” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰত ভৃগু আৰু দেৱলিনাক লাডাখত এক ৰোমান্টিক পৰিৱেশত দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Most popular