Rupaliparda.com
বৰষা ৰাণী বল্ড লুকে আকৰ্ষিত কৰিলে অনুৰাগীকঃ 1

বৰষা ৰাণী বল্ড লুকে আকৰ্ষিত কৰিলে অনুৰাগীকঃ

চচিয়েল মিডিয়াত নিতৌ নতুন নতুন আপডেটেৰে হিয়া জুৰোৱা সকলোৰে পৰিচিত এগৰাকী অসমীয়া অভিনেত্ৰী হৈছে বৰষা ৰাণী বিষয়া। বিগত বহু বছৰৰ পৰা অসমীয়া চলচিত্ৰ জগতত ৰাজত্ব কৰা এই গৰাকী অভিনেত্ৰীৰ অভিনয়ৰ লগতে ফিটনেছেও আকৰ্ষিত কৰিছে বহু দৰ্শকক।

বৰষা ৰাণী বল্ড লুকে আকৰ্ষিত কৰিলে অনুৰাগীকঃ 2

গুৱাহাটীত অনুষ্ঠিত ইন্টাৰনেশ্বনেল ট্ৰেড ফেয়াৰৰ হৰ্ডিং শ্বুটৰ বাবে ব্যস্ত হৈ থকা সময়ছোৱাৰ মাজতে অভিনেত্ৰী গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰিছিলে এটি ভিডিঅ। উক্ত ভিডিঅ’টিত থকা অভিনেত্ৰী গৰাকীৰ এই লুকটোৱে এতিয়া আকৰ্ষিত কৰিছে তেওঁৰ অনুৰাগী সমূহক।

বৰষা ৰাণী বল্ড লুকে আকৰ্ষিত কৰিলে অনুৰাগীকঃ 3


ৰং চেনেলত প্ৰচাৰিত ধাৰাবাহিক “কাঞ্চন” ত মূখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে আগন্তুক সময়ত বৰষা ৰাণীক যতীন বৰাৰ সৈতে তেওঁৰ আহিবলগীয়া ছবি “ৰত্নাকৰ” ত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.