Rupaliparda.com
অভিনেত্ৰী জেৰিফাৰ "ফিট এণ্ড ফাইন" লুকঃ 1

অভিনেত্ৰী জেৰিফাৰ “ফিট এণ্ড ফাইন” লুকঃ

২৫ নৱেম্বৰ ২০১৮ ত মুক্তিপ্ৰাপ্ত ছবি “ভগা খিৰিকী” য়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিল্ম ফেষ্টিভেল সমূহত লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি। পদ্মভূষণ জাহ্নু বৰুৱাৰ পৰিচালনা তথা প্ৰিয়ংকা চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে।

অভিনেত্ৰী জেৰিফাৰ "ফিট এণ্ড ফাইন" লুকঃ 2


অলপতে চিংগাপুৰত অনুষ্ঠিত হৈ যোৱা “চিংগাপুৰ চাউথ এচিয়ান ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল” ত অভিনেত্ৰী গৰাকীও উপস্থিত হৈছিল। বগা শাৰীৰে সৈতে মোহময়ী অভিনেত্ৰী জেৰিফা ৱাহিদে আকৰ্ষণ কৰিছিল কেইজনো দৰ্শকৰ দৃষ্টি। অসমীয়া চলচিত্ৰ ক্ষেত্ৰখনত কেইবাবছৰো ৰাজত্ব কৰা এই গৰাকী অভিনেত্ৰী বৰ্তমানেও হৈ আছে ফিট এণ্ড ফাইন।

অভিনেত্ৰী জেৰিফাৰ "ফিট এণ্ড ফাইন" লুকঃ 3

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.