Rupaliparda.com
কলেজীয়া শিক্ষা শেষ কৰিব নোৱাৰিলে শ্ৰদ্ধাইঃ 1

কলেজীয়া শিক্ষা শেষ কৰিব নোৱাৰিলে শ্ৰদ্ধাইঃ

আশিকী গাৰ্ল খ্যাত শ্ৰদ্ধাই আধাতে সামৰিছিল নিজৰ কলেজীয়া শিক্ষা। ইখনৰ পিছত সিখন হিট ছবি দিয়া অভিনেত্ৰী গৰাকীয়ে আমেৰিকাত নিজৰ কলেজীয়া শিক্ষা গ্ৰহণ কৰি আছিল কিন্তু যেতিয়া আমেৰিকাৰ পৰা ঘূৰি আহিল শ্ৰদ্ধাই তেতিয়া এফালৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছিল কেইবাখনো ছবিৰ অফাৰ।

কলেজীয়া শিক্ষা শেষ কৰিব নোৱাৰিলে শ্ৰদ্ধাইঃ 2
কলেজীয়া শিক্ষা শেষ কৰিব নোৱাৰিলে শ্ৰদ্ধাইঃ 3

প্ৰথমতে শিক্ষা জীৱন শেষ কৰি তেওঁ ছবি জগতলৈ অহাৰ কথা ভাবিছিল যদিও অফাৰ সমূহ লাভ কৰাত তেওঁ কলেজ এৰিবলৈ বাধ্য হয় পৰে।

কলেজীয়া শিক্ষা শেষ কৰিব নোৱাৰিলে শ্ৰদ্ধাইঃ 4


আপোনালোকক জনাই থওঁ যে,যোৱা ৩০ আগষ্ট তাৰিখে মুক্তিপ্ৰাপ্ত ছবি “চাহো” য়ে ছবিগৃহত দৰ্শকৰ অভূতপূৰ্ব সমাদৰ লাভ কৰাৰ লগতে চলিত মাহৰ ৬ তাৰিখে শ্ৰদ্ধাৰ অইন এখন ছবি “ছিছোৰে” মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.