বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ বাৰু কোন অনুৰাগী নহয়? দুইগৰাকীকে যেতিয়াই একলগে দেখিবলৈ পোৱা যায় তেতিয়াই দুয়োয়ে দৃষ্টি আকৰ্ষণ কৰে বহু দৰ্শকৰ। ঠিক তেনেদৰে, বিৰাট কোহলীয়ে অলপতে আপলোড কৰা এখন ফটোৱে এতিয়া চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত। সাগৰৰ কিনাৰত উঠা এখন ফটো বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামত আপলোড কৰা এঘণ্টা পিছতেই দৰ্শকৰ কমেন্ট আৰু লাইকেৰে ভৰি পৰিছে উক্ত ফটোখন-

Add comment