Rupaliparda.com
শ্বাহৰুখৰ সৈতে সৰু বিকিঃ 1

শ্বাহৰুখৰ সৈতে সৰু বিকিঃ

নৱপ্ৰজন্মৰ একাংশ অভিনেতা-অভিনেত্ৰীৰ ভিতৰত বৰ্তমান সকলোৰে প্ৰিয় হৈ পৰিছে বিকি কৌশল। তেওঁ যিকোনো এখন ফটো আপলোড কৰা লগে লগেই সেইখন ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত।

শ্বাহৰুখৰ সৈতে সৰু বিকিঃ 2


শ্বাহৰুখ খানৰ “অশোকা” ছবিখনৰ শ্বুটিঙত উপস্থিত হৈ বিকি কৌশলে উঠিছিল এখন ফটো; য’ত একেবাৰেই সৰু বিকিক বৰ্তমানৰ বিকিৰ সৈতে দৰ্শকে চিনিবই পৰা নাছিল। অভিনেতা গৰাকীয়ে ফটোখনৰ তলত কেপছন দিয়ে- “সপোন পূৰ্ণ হৈ গ’ল”।

শ্বাহৰুখৰ সৈতে সৰু বিকিঃ 3


উল্লেখ্য যে, “অশোকা” ছবিখনৰ সময়ছোৱাত বিকি স্কুলত পঢ়ি থকা এজন ছাত্ৰ আছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform