Rupaliparda.com
হিউমেন কম্পিউটাৰৰ ৰূপত বিদ্যাঃ 1

হিউমেন কম্পিউটাৰৰ ৰূপত বিদ্যাঃ

বিদ্যা বালন অভিনীত “শকুন্তলা দেৱী” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলিৰ পিছতেই মুক্তি পাইছে ছবিখনৰ প্ৰথমটি টিজাৰো। অভিনেত্ৰী বিদ্যা ৱালনে নিজ টুইটাৰত টিজাৰটি আপলোড কৰি দৰ্শকক উৎসাহী কৰি তোলে।


উক্ত টিজাৰটোত শিশু সকলৰ অংক শিকাৰ প্ৰথমটো পৰ্যায় দেখুওৱা হৈছিল; য’ত তেওঁলোকে মাত্ৰ নেওঁতা মুখস্থ কৰি থাকে। কিন্তু, শকুন্তলা দেৱীয়ে সেইটো বয়সতে ফলাফল উলিয়াই লয় এটা টান অংকৰ।

হিউমেন কম্পিউটাৰৰ ৰূপত বিদ্যাঃ 2
Vidya Balan to star in Shakuntala Devi biopic


উল্লেখ্য যে, বিদ্যা ৱালনে “শকুন্তলা দেৱী” ৰ চৰিত্ৰটো দৰ্শকৰ চকুত আৰু স্পষ্ট ভাৱে দাঙি ধৰিবলৈ নিজৰ চুলি চুটিকৈ কাটি পেলায়। ছবিখনৰ “ফাৰ্ষ্ট লুক পোষ্টাৰ” ত অভিনেত্ৰী গৰাকীক ঠিক তেনেদৰেই দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.