Rupaliparda.com
"বাৰিষাৰে বৰষা হোৱা" ত এগৰাকী টিক-টক ইউজাৰঃ 1

“বাৰিষাৰে বৰষা হোৱা” ত এগৰাকী টিক-টক ইউজাৰঃ

চলিত মাহৰ ২২ তাৰিখে মুক্তি পাব ৰাকেশ ৰিয়ানৰ কন্ঠত “বাৰিষাৰে বৰষা হোৱা” শীৰ্ষক গীতটি। গায়ক গৰাকীয়ে নিজ ইনষ্টাগ্ৰামত গীতটিৰ বিভিন্ন শ্বুটিং অথবা প্ৰমো’ আপলোড কৰি দৰ্শকক বিভিন্ন সময়ত উৎসাহী কৰি ৰাখে।

"বাৰিষাৰে বৰষা হোৱা" ত এগৰাকী টিক-টক ইউজাৰঃ 2
"বাৰিষাৰে বৰষা হোৱা" ত এগৰাকী টিক-টক ইউজাৰঃ 3


গীতটিৰ কথা,সুৰ আৰু সংগীত হৈছে পলাশ সূৰ্য্য গগৈৰ লগতে ইয়াৰ ভিডিঅ’ পৰিচালক হৈছে দীপক দে’। ৰাকেশ ৰিয়ানৰ সৈতে গীতটিত অভিনয় কৰিছে অংগশ্ৰী নেওঁগে। উল্লেখ্য যে, “বাৰিষাৰে বৰষা হোৱা” গীতটিয়ে সুবিধা দিছে এগৰাকী “টিক-টক” ইউজাৰক।

https://www.instagram.com/p/B2JCfyyBqoT/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B2Q7WuiASu4/?utm_source=ig_web_copy_link


“টিক-টক” ৰ যোগেৰে জনপ্ৰিয় হৈ পৰা এজন যুৱক; তেওঁৰ নাম হৈছে শিৱাৰাম গগৈ। এই যুৱক জনকেই গীতটিত ৰাকেশ ৰিয়ানৰ বন্ধুৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.