ভৃগু কাশ্যপৰ কন্ঠত মুক্তি পোৱা “ৰামধেনু” ৰ সফলতাৰ পিছত এইবাৰ তেওঁ আগবাঢ়িছে তেওঁৰ দ্বিতীয়টো প্ৰজেক্ট “লাজে লাজে” ক লৈ। “লাজে লাজে” শীৰ্ষক গীতটিৰ শ্বুটিং ইতিমধ্যে শেষ হৈছে যদিও ইয়াৰ বিষয়ে সবিশেষ দৰ্শকক এতিয়াও জানিবলৈ দিয়া নাই।

উল্লেখ্য যে, ভৃগু কাশ্যপৰ “ৰামেধনু” গীতটিত বৰ্তমান ভিউচাৰছৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৪ লাখ। দেৱলিনাৰ অভিনয় আৰু ভৃগু কাশ্যপৰ কন্ঠই সঁচাই মন মোহিবলৈ সক্ষম হ’ল দৰ্শকৰ।
Add comment