Rupaliparda.com
একচনৰ ভৰপূৰ সমাহাৰ ঘটিব "ৰত্নাকৰ" তঃ 1

একচনৰ ভৰপূৰ সমাহাৰ ঘটিব “ৰত্নাকৰ” তঃ

জুবিনৰ “কাঞ্চনজংঘাৰ” পিছত এইবাৰ দৰ্শকক উৎসাহী কৰি তুলিছে যতীন বৰাৰ “ৰত্নাকৰ” এ। কিছু ঘন্টা পূৰ্বে মুক্তি পোৱা “ৰত্নাকৰ” ৰ ট্ৰেইলাৰত হাজাৰ ভিউৱাৰচৰ লগতে দেখিবলৈ পোৱা গ’ল অনুৰাগীৰ বিভিন্ন যোগাত্মক কমেন্ট।

একচনৰ ভৰপূৰ সমাহাৰ ঘটিব "ৰত্নাকৰ" তঃ 2
একচনৰ ভৰপূৰ সমাহাৰ ঘটিব "ৰত্নাকৰ" তঃ 3
একচনৰ ভৰপূৰ সমাহাৰ ঘটিব "ৰত্নাকৰ" তঃ 4


অফিচিয়েল ট্ৰেইলাৰটোত অভিনেতা যতীন বৰাৰ একচনৰ সাংঘাতিক সংযোজন ঘটা দেখিবলৈ পোৱা গ’ল। বহু অনুৰাগীয়ে কমেন্টত এইক্ষেত্ৰত প্ৰশংসাও কৰিলে অভিনেতা গৰাকীক। চলিত বৰ্ষৰ ১১ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনক লৈ যতীন বৰা আশাবাদী হোৱাৰ লগতে উৎসাহী হৈ পৰিছে দৰ্শকো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.