Rupaliparda.com
বৰ্ণালীৰ সুৰীয়া কন্ঠই আকৌ মোহিলে দৰ্শককঃ 1

বৰ্ণালীৰ সুৰীয়া কন্ঠই আকৌ মোহিলে দৰ্শককঃ

বৰ্ণালী কলিতাৰ কন্ঠত মুক্তি পালে হিন্দী গীত “সাজনা”। যোৱা ২ বছৰৰ পৰা গীতটিৰ সৈতে জড়িত হৈ আছিল কন্ঠশিল্পী গৰাকী। গীতটিয়ে দুদিনতে দৰ্শকৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে সঁহাৰি। গীতটিৰ সৈতে আৱেগ জড়িত হৈ থকা বুলি মন্তব্য কৰা শিল্পী গৰাকীক বৰ্তমান দৰ্শকেও উক্ত গীতটিক উদ্দেশ্যি দিছে যথেষ্ট ধনাত্মক কমেন্ট। তলত আপোনালোকলৈ গীতটি আগবঢ়ালো-

https://www.instagram.com/p/B2lOCv3FB0p/?utm_source=ig_web_copy_link
বৰ্ণালীৰ সুৰীয়া কন্ঠই আকৌ মোহিলে দৰ্শককঃ 2


“সাজনা” গীতটি বৰ্ণালী কলিতাৰ নিজৰ ইউটিউব চেনেলত আপলোড কৰা হৈছে। গীতটিৰ সৃষ্টি আৰু পৰিচালনা হৈছে সাকেট সিঙৰ লগতে গীতটি লিখিছে শীতল সিঙে।

Add comment

Leave a Reply