Rupaliparda.com
"বুলবুল কেন ছিং" ৰ শুভমুক্তিঃ আশাবাদী সমূহ অসমীয়া- 1

“বুলবুল কেন ছিং” ৰ শুভমুক্তিঃ আশাবাদী সমূহ অসমীয়া-

অহা ২০ চেপ্তেম্বৰত মুক্তি লাভ কৰিব ৰীমা দাসৰ দ্বাৰা পৰিচালিত ছবি “বুলবুল কেন ছিং”। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হৈ বহু গণ্য-মান্য ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰাৰ লগতে উক্ত ছবিখনে লাভ কৰিবলৈ সক্ষম হৈছে কেইবাটাও বঁটা।

"বুলবুল কেন ছিং" ৰ শুভমুক্তিঃ আশাবাদী সমূহ অসমীয়া- 2


“বুলবুল কেন ছিং” ৰ কোনো ধৰণৰ প্ৰচাৰ অবিহনেই ছবিখনক লৈ উৎসাহিত সমগ্ৰ অসমীয়া বাসী। ঘৰুৱা দৰ্শকৰ পৰা সঁহাৰি লাভ কৰিব বুলি আশাবাদী ছবিখনৰ পৰিচালক গৰাকীও। গতিকে, আপুনিও যদি ছবিখন উপভোগ কৰিবলৈ অপেক্ষাৰত তেন্তে চাওঁক গুৱাহাটী স্থিত ছবিগৃহ সমূহত “বুলবুল কেন চিং” ৰ বাবে দিয়া সময়সূছী-

"বুলবুল কেন ছিং" ৰ শুভমুক্তিঃ আশাবাদী সমূহ অসমীয়া- 3
"বুলবুল কেন ছিং" ৰ শুভমুক্তিঃ আশাবাদী সমূহ অসমীয়া- 4
“বৰ্তমানলৈ অইন কোনো ছবিগৃহত ছবিখনৰ সময় নিৰ্ধাৰণ কৰা হোৱা নাই।”
"বুলবুল কেন ছিং" ৰ শুভমুক্তিঃ আশাবাদী সমূহ অসমীয়া- 5


ছবিখনত অভিনয় কৰিছে অঞ্জলী দাস, বণিতা ঠাকুৰীয়া, মনোৰঞ্জন দাস আৰু পাকিজা বেগমে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.