Rupaliparda.com
দীপিকাৰ পিছত এইবাৰ শ্ৰদ্ধাই নাকচ কৰিলে লৱ ৰঞ্জনৰ ছবিঃ 1

দীপিকাৰ পিছত এইবাৰ শ্ৰদ্ধাই নাকচ কৰিলে লৱ ৰঞ্জনৰ ছবিঃ

“চাহো” আৰু “ছিছোৰে” ছবি দুখনৰ বৃহ্ৎ সফলতাৰ পিছত অভিনেত্ৰী শ্ৰদ্ধাৰ কাপুৰে লাভ কৰিছিল লৱ ৰঞ্জনৰ পৰিচালনাত আহিবলগীয়া ছবি এখনৰ অফাৰ। কিন্তু, তেনেক্ষেত্ৰতে অভিনেত্ৰী গৰাকীয়ে আকৌ লাভ কৰিছে নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত ছবি “ৰামায়ণ” ৰো অফাৰ। গতিকে, শ্ৰদ্ধাই “ৰামায়ণ” ছবিখনত লাভ কৰা “সীতা” চৰিত্ৰটোৰ বাবে এতিয়া নাকচ কৰাৰ মন মেলিছে লৱ ৰঞ্জনৰ ছবি।

দীপিকাৰ পিছত এইবাৰ শ্ৰদ্ধাই নাকচ কৰিলে লৱ ৰঞ্জনৰ ছবিঃ 2
দীপিকাৰ পিছত এইবাৰ শ্ৰদ্ধাই নাকচ কৰিলে লৱ ৰঞ্জনৰ ছবিঃ 3


৬০০ কোটি টকীয়া এটা বৃহৎ বাজেটৰ এই ছবিখন নিৰ্মাণৰ পূৰ্বেই এতিয়া উৎসাহী হৈ পৰিছে দৰ্শক সকল। লৱ ৰঞ্জনৰ আহিবলগীয়া ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগণ তথা ৰণৱীৰ কাপুৰে। ছবিখনক দীপিকাৰ পিছতেই বৰ্তমান নাকচ কৰিছে শ্ৰদ্ধাও।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.