“কৱীৰ সিং” ৰ পিছত কিয়াৰাই লাভ কৰিলে জীৱনৰ দ্বিতীয়টো ডাঙৰ প্ৰজেক্ট। অক্ষয় কুমাৰৰ “ভূল ভূলেইয়া” ছবিখনৰ চিকুৱেল “ভূল ভূলেইয়া ২” ত কাৰ্তিক আৰিয়নৰ সৈতে দেখিবলৈ পোৱা যাব কিয়াৰাক। বলীউডৰ এই নব্য যুঁটিটোক লৈ এতিয়া আশাবাদী সকলো।

কাৰ্তিক আৰু কিয়াৰাৰ “ভূল ভূলেইয়া ২” ৰ শ্বুটিং আৰম্ভ হ’ব চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা। ছবিখনৰ ইতিমধ্যে মোশ্বন পোষ্টাৰ মুকলি কৰি দিয়া হৈছে।
Add comment