Rupaliparda.com

মুক্তি পালে প্ৰাঞ্জলৰ “ৰমলা”ঃ

অসমীয়া মৰ্ডাণ নম্বৰত সংযোজিত হ’ল পুনৰ এক নতুন গীত; প্ৰাঞ্জল পৰশৰ কন্ঠত “ৰমলা”। কোনো উৎসৱ আগমণৰ সময়ছোৱাত সাধাৰণ ৰাইজৰ লগতে প্ৰায় প্ৰত্যেকৰে মনত এক বুজাব নোৱাৰা উৎসাহ থাকে। তেনে সময়তে অসমীয়া এনে ধৰণৰ গীতে দৰ্শকৰ মন জয় কৰাটো স্বাভাৱিক।

মুক্তি পালে প্ৰাঞ্জলৰ "ৰমলা"ঃ 1


“ৰমলা” গীতটিত মুক্তিৰ ২৪ ঘন্টা নহওঁতেই ভিউৱাৰছৰ সংখ্যা গৈ পালেগৈ ৩ হাজাৰ জনলৈ। উল্লেখ্য যে, গীতটিত বহু দিনৰ বিৰতিৰ পিছত দেখিবলৈ পোৱা গৈছে পংকজ ইংতিক। “ৰমলা” ত সংগীত দীপকেশ বৰগোঁহাইৰ। গীতটি লিখাৰ লগতে সুৰ দিছে বিদ্যুৎ বিকাশে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.