Rupaliparda.com

অসমীয়া সংগীতত নতুন যুঁটিঃ “দীপলিনা-ৰূপম”-

এগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শিল্পী অজয় সিংঘা। তেওঁৰ প্ৰথমটো অসমীয়া গীতত কন্ঠদান কৰিছে অসমৰ দুগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ক্ৰমে দীপলিনা ডেকা আৰু ৰূপম ভূঞাই। ইতিমধ্যে শ্বুটিং আৰম্ভ হোৱা এই গীতটিত অভিনয় কৰিব দীপলিনাই আৰু তেওঁৰ সৈতে থাকিব উৎপল দাস।

অসমীয়া সংগীতত নতুন যুঁটিঃ "দীপলিনা-ৰূপম"- 1
অসমীয়া সংগীতত নতুন যুঁটিঃ "দীপলিনা-ৰূপম"- 2


বহু কেইটা ন-যু্ঁটিক দেখিবলৈ পোৱা এই গীতটিৰ সংগীত আৰু কনচেপ্ট অজয় সিংঘাৰ আৰু গীতটিক লিখিছে দিগন্ত ভাৰতীয়ে। এক ব্যতিক্ৰমী ৰোমান্টিক গীত; দীপলিনা আৰু ৰূপমৰ এই গীতটিৰ বাবে এতিয়া উৎসাহী হৈ পৰিছে সমূহ দৰ্শক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.