বলীউডৰ অভিনেতা সমূহৰ ভিতৰত টপ লিষ্ট অভিনেতা বুলি ক’লে ৰণৱীৰ সিঙৰ নাম ল’ব পৰা যায়। তেওঁ অভিনয়ৰ লগতে ৰিলেছনশ্বিপ তথা তেওঁৰ ফেশ্বনে প্ৰত্যেকদিনেই বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈ পৰে।

এনেক্ষেত্ৰত, তেওঁৰ আন এখন নতুন ফটো আকৌ ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। উক্ত ফটোখন হৈছে অভিনেতা গৰাকী এটা ডাবিংগ ষ্টুডিঅ’ ৰ পৰা বাহিৰ ওলাই অহা সময়ৰ;য’ত তেওঁ এটা ৰঙা হুদী পৰিধান কৰা দেখিবলৈ পোৱা গৈছে।

হুদী বুলি ক’লে আপোনালোকৰ মনতো নিশ্চয় প্ৰশ্ন হ’ব যে এনে কি ব্যতিক্ৰমী হুদী; যাৰ ফলত ভাইৰেল ৰণৱীৰৰ ফটো?? তেনেহ’লে চাওঁক এই ফটো-
উক্ত ফটোখনত এতিয়া দৰ্শকৰ কমেন্টো মন কৰিবলগীয়া। বিভিন্ন জনৰ বিভিন্ন কমেন্টে এতিয়া ফটোখন ভাইৰেল কৰি তুলিছে।
Add comment