Rupaliparda.com
কন্ঠশিল্পী ৰিত্ৰিশাৰ মৰ্ডাণ লুকঃ 1

কন্ঠশিল্পী ৰিত্ৰিশাৰ মৰ্ডাণ লুকঃ

কন্ঠশিল্পী ৰিত্ৰিশাৰ দেখিবলৈ পোৱা গ’ল নিউ লুক। প্ৰায় মেখেলা ছাদৰ অথবা ছুইজাৰত দেখিবলৈ পোৱা এই গৰাকী কন্ঠশিল্পীক দেখিবলৈ পোৱা গ’ল মৰ্ডাণ লুকত। নিজ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰা এখন ফটোত ৰিত্ৰিশাৰ এই লুকটোৱে এতিয়া মোহিছে দৰ্শকক।

কন্ঠশিল্পী ৰিত্ৰিশাৰ মৰ্ডাণ লুকঃ 2
https://www.instagram.com/p/B3LvoBHA6ri/?utm_source=ig_web_copy_link


আছলতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সংগীতকাৰ আমজাদ নাডিম আমিৰৰ সৈতে ৰিত্ৰিশাই ৰেকৰ্ডিং কৰিছে তেওঁৰ নতুন সংগীত। কন্ঠশিল্পী গৰাকীয়ে ফটোত দিয়া কেপচনৰ জৰিয়তে ধৰিব পৰা গৈছে যে, গায়িকা গৰাকী তেওঁৰ অনুৰাগীক একাঘেয়ামীতাৰ পৰা কিছু আঁতৰাই দিব খুজিছে নতুনত্ব। গতিকে, আগন্তুক সময়তহে ধৰিব পৰা যাব এই ব্যতিক্ৰম হ’ব কি?

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.