Rupaliparda.com
"বাহুৱলী" ক ফেৰ মাৰিবলৈ সক্ষম "কাঞ্চনজংঘা": চাওঁক এই ভিডিঅ'- 1

“বাহুৱলী” ক ফেৰ মাৰিবলৈ সক্ষম “কাঞ্চনজংঘা”: চাওঁক এই ভিডিঅ’-

“কাঞ্চনজংঘা” ৰ জনপ্ৰিয়তাই চুমিছে আকাশ। ঘৰুৱা দৰ্শকৰ বৃহৎ সঁহাৰি লাভ কৰাৰ পিছতেই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়তো ছবিখনে লাভ কৰিছে সফলতা। জনপ্ৰিয় চলচিত্ৰ সমালোচক কমাল নাহতাই “কাঞ্চনজংঘা” ক লৈ দিয়া মন্তব্যই এতিয়া সমগ্ৰ অসমতে লাভ কৰিছে চৰ্চা।

"বাহুৱলী" ক ফেৰ মাৰিবলৈ সক্ষম "কাঞ্চনজংঘা": চাওঁক এই ভিডিঅ'- 2
"বাহুৱলী" ক ফেৰ মাৰিবলৈ সক্ষম "কাঞ্চনজংঘা": চাওঁক এই ভিডিঅ'- 3


জুবিন গাৰ্গৰ অসমীয়া চিনেমাক এক উচ্চতালৈ লয় যাবলৈ কৰা যি প্ৰচেষ্টা; সেই প্ৰচেষ্টাই এতিয়া আকাশলংঘী সফলতা লাভ কৰিছে বুলি ক’লেও অতিৰঞ্জিত নহ’ব। তলত চাওঁক কমাল নাহতাৰ মন্তব্যঃ

SOURCE: YOUTUBE

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform