Rupaliparda.com
এইবাৰ কমেডী চৰিত্ৰত দেখিবলৈ পোৱা যাব দিশাকঃ 1

এইবাৰ কমেডী চৰিত্ৰত দেখিবলৈ পোৱা যাব দিশাকঃ

কিছু দিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “ড্ৰীম গাৰ্ল” ৰ কাহিনীয়ে হয়টো আপোনালোকক সকলোকে আমোদ প্ৰদান কৰিছে। ছবিখনৰ কাহিনীকে ধৰি চিত্ৰনাট্য আৰু সংলাপে আপোনালোকক নিশ্চয় ছবিখনৰ অনুৰাগী কৰি তুলিছিল।

এইবাৰ কমেডী চৰিত্ৰত দেখিবলৈ পোৱা যাব দিশাকঃ 2

এনেক্ষেত্ৰতে, ছবি পৰিচালক ৰাজ শাণ্ডিল্যই আকৌ এক কমেডী কাহিনীৰে নিৰ্মিত কৰিব আন এখন ছবি। বৰ্তমানলৈ ছবিখনৰ নাম নিশ্চিত কৰা হোৱা নাই যদিও ইয়াৰ প্ৰযোজনাৰ দায়িত্বত একতা কাপুৰ থাকিব বুলি জানিব পৰা গৈছে। একতা কাপুৰে উক্ত ছবিখনৰ মূল চৰিত্ৰটোৰ বাবে পুষ্টি কৰিছে দিশা পাটানীক।

View this post on Instagram

Coming soon @calvinklein ❤️

A post shared by disha patani (paatni) (@dishapatani) on


“ড্ৰীম গাৰ্ল” ৰ বহুল সফলতাৰ পিছত প্ৰযোজক গৰাকীয়ে এই ছবিখনৰ কাহিনী শুনাৰ পিছ মহুূৰ্ততে ছবিখনৰ বাবে মান্তি হয়। ছবিখনত দিশা চন্ডীগড়ৰ এগৰাকী পঞ্জাৱী যুৱতীৰ চৰিত্ৰ ৰূপায়ন কৰিব। উল্লেখ্য যে, এই ছবিখনৰ পৰিচালনাৰ দায়িত্বত থাকিব আশিমা ছিব্বৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform