Rupaliparda.com
"হেভী হেণ্ডছাম" ত "হেভী ভিউৱাৰচ"- 1

“হেভী হেণ্ডছাম” ত “হেভী ভিউৱাৰচ”-

এক মিলিয়নতকৈও অধিক ভিউৱাৰছৰ আগমন প্ৰিয়ংকা ভৰালীৰ “হেভী হেণ্ডছাম” ত। চলিত বৰ্ষৰ আগষ্ট মাহত মুক্তি লাভ কৰা গীতটিক বেছি সময়ৰ প্ৰয়োজন হোৱা নাছিল দৰ্শকক আকৰ্ষিত কৰিবলৈ। নৱ প্ৰজন্মৰ কেইটামান টপ লিষ্ট গীতৰ তালিকাত প্ৰিয়ংকা ভৰালীৰ “হেভী হেণ্ডচাম” শীৰ্ষক গীতটিয়েও যে অতি সোনকালেই স্থান লাভ কৰিছিল তাক একেষাৰেই ক’ব পৰা যায়।

"হেভী হেণ্ডছাম" ত "হেভী ভিউৱাৰচ"- 2


গীতটিত সংগীত দিছে আকাশ সেনে লগতে ইয়াক লিখিছিল ৰেকিবুলে। গীতটিৰ ভিডিঅ’ পৰিচালনা শচীন বৰুৱাৰ আৰু ইয়াত অভিনয় কৰিছে প্ৰিয়ংকা ভৰালী,প্ৰশান্ত তিৱাৰীৰ লগতে কিন্নৰী আৰু মনিষাই। তলত গীতটিৰ লিংক দিয়া হৈছেঃ

Add comment

Leave a Reply