Rupaliparda.com
আকৌ এবাৰ ব্যতিক্ৰমী ৰূপত "আমাৰ ভূপেন দা চিজন ৫"- 1

আকৌ এবাৰ ব্যতিক্ৰমী ৰূপত “আমাৰ ভূপেন দা চিজন ৫”-

চাৰিটা সফল সংস্কৰণৰ সমাপ্তি পিছত পুনৰ বাৰ ৰেঙণি চেনেলত সম্প্ৰচাৰিত হ’বলৈ সাজু হৈছে “আমাৰ ভূপেন দা, চিজন-৫”। যোৱা কেইবাটাও বৰ্ষত এই ৰিয়লেটী শ্ব’টোৱে দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে ড° ভূপেন হাজৰিকাক সুঁৱৰিবলৈও অৱকাশ দিছে।

আকৌ এবাৰ ব্যতিক্ৰমী ৰূপত "আমাৰ ভূপেন দা চিজন ৫"- 2


পূৰ্বৰ চাৰিওটা সংস্কৰণৰ তুলনাত এইবাৰৰ পঞ্চমটো চিজনে ব্যতিক্ৰমী ৰূপত মুক্তি লাভ কৰিব। বঙাইগাওঁ, তেজপুৰ, যোৰহাট, গুৱাহাটী, কলকাতা আৰু বাংলাদেশতো লোৱা হ’ব “আমাৰ ভূপেন দা চিজন ৫” ৰ বাবে বিভিন্ন প্ৰতিভাৰ অডিশ্ব’ন।

আকৌ এবাৰ ব্যতিক্ৰমী ৰূপত "আমাৰ ভূপেন দা চিজন ৫"- 3


বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ গীতক বিভিন্ন ভাষাত পৰিৱেশন কৰাই হৈছে এই প্ৰতিযোগিতাখনৰ মূখ্য উদ্দেশ্য। ড° ভূপেন হাজৰিকাক সুঁৱৰিয়ে আৰম্ভ কৰা হয় এই প্ৰতিযোগিতাখন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform