Rupaliparda.com
"লীলাৰ পৰা লেইলালৈ" যাত্ৰাঃ "বেশ্যা" প্ৰবৃত্তিৰ কিছু সঁচা- 1

“লীলাৰ পৰা লেইলালৈ” যাত্ৰাঃ “বেশ্যা” প্ৰবৃত্তিৰ কিছু সঁচা-

২০১৮ চনৰ ৩১ আগষ্ট তাৰিখে ছবিগৃহত মুক্তি পাইছিল এখন অসমীয়া ছবি “লীলাৰ পৰা লেইলালৈ” । পৰিচালনাকে আদি কৰি সংলাপ,সংগীত, দৃশ্যগ্ৰহণ আদি আছিল সবানন্দ গগৈৰ। ছবিখন প্ৰযোজনা কৰিছিল সঞ্জীৱ নাৰায়নে। ছবিখনত সন্নিৱিষ্ট ঘটনাটোৰ লিখক আছিল মঞ্জুলা হাজৰিকা আৰু জনাৰ্দন গোস্বামী।

"লীলাৰ পৰা লেইলালৈ" যাত্ৰাঃ "বেশ্যা" প্ৰবৃত্তিৰ কিছু সঁচা- 2
"লীলাৰ পৰা লেইলালৈ" যাত্ৰাঃ "বেশ্যা" প্ৰবৃত্তিৰ কিছু সঁচা- 3


এগৰাকী সহজ সৰল ছোৱালীক কেনেদৰে বেশ্যাৰ বৃত্তি ল’বলৈ বাধ্য কৰোৱা হৈছিল তাকেই দেখোৱা হৈছে উক্ত ছবিখনত। ছোৱালীজনীৰ সৰ্বস্ব কাঢ়ি নিয়াৰ লগতে তাইৰ নামটোও সলনি কৰি দিয়া হৈছিল অৰ্থাৎ লীলাৰ পৰা তাইক “লেইলা” লৈ ধাৱমান কৰা হৈছিল। এয়াই হৈছে ছবিখনৰ মূল কাহিনীভাগ।

"লীলাৰ পৰা লেইলালৈ" যাত্ৰাঃ "বেশ্যা" প্ৰবৃত্তিৰ কিছু সঁচা- 4


২ ঘণ্টা ১৫ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত অভিনয় কৰিছে অন্তৰিখ চহৰীয়া, সৰ্মিস্থা চক্ৰৱৰ্তী, কিশোৰ কুমাৰ চৌধুৰী,অনিশা শৰ্মা আৰু পম্পী গগৈয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.